Hello everyone,
My name is Jeeman Rabha and I run this small YouTube Channel(Jeeman's Vlogs). I usually upload here vlogging and travelling videos. If you love watching my videos then please do subscribe to my channel and share my videos with your family, friends and relatives. Thanks for visiting my YouTube Channel.
সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ🙏| মোৰ নাম শ্ৰী জীমন ৰাভা হয় আৰু সৰু ইউত্যুব চেনেলটো মই ২০১৯'ৰ পৰা চলাই আহি আছো। মোৰ এইটো চেনেলত মই নতুন নতুন ঠাই ফুৰি মোৰ ভিদিওৰ যোগেদি আপোনালোকৰ মাজত আনি আপোনালোকোকো দেখুৱাবলৈ চেস্তা কৰো। আপোনালোকে মোৰ ভিদিওবোৰ চাই ভাল পালে মোৰ চেনেলটো সাবসক্ৰাইব(subscribe) কৰি মোক আগবাঢ়াত সহায় কৰিব। ধন্যবাদ🙏
For business related quiries: jeemanrabha541@gmail.com
Shared 3 years ago
1K views