Taira Bikram Vlogs

নাৰী হৈ উঠাৰ মোৰ যাত্ৰা কষ্টকৰ হ'লেও অতিকৈ সুখৰ আৰু গৌৰৱৰ। 🏳️‍⚧️

আমাৰ Channel টো Please Subscribe কৰিব আৰু সদায় ভালপোৱা আৰু Support দি থাকিব বুলি আশা ৰাখিলোঁ 🙏

I, Taira Bhattacharjee, a Master's degree holder in Library Science from Guwahati University. I have worked in various educational institutions as a Professional Librarian. I underwent a Gender Change Surgery in 2019. Throughout my life, I faced numerous challenges and experienced the hardships that a Transwoman encounters in a society that often lacks awareness about transgender identity, their challenges, and rights.

My Life Partner, Bikramjit, and I have started this YouTube Channel with the goal of creating content that focuses on transgender issues and other social topics to promote awareness and understanding. We also create content related to travel, food, and infotainment. I hope you will subscribe to our channel and support us in our journey.

Contact us :
bikram550@gmail.com


Taira Bikram Vlogs

Happy Republic Day 🇮🇳❤️
‪@tairabikramvlogs‬

2 weeks ago | [YT] | 27

Taira Bikram Vlogs

Happy Saraswati Puja ❤️💙
‪@tairabikramvlogs‬

3 weeks ago | [YT] | 23

Taira Bikram Vlogs

অসমৰ প্ৰথমটো Transgender বিয়াৰ LGBTQ+ Community Reception Party 😍🥰💕
https://youtu.be/HnE46jbZHg0
https://youtu.be/HnE46jbZHg0

1 month ago | [YT] | 19

Taira Bikram Vlogs

আপোনালোক সকলোকে আমাৰ এই সৰু পৰিয়ালটোৰ ফালৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল। 2026 বৰ্ষই আপোনালোকৰ জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। ❤️✨🎊
#transgender #assam #family #tairabikramvlogs

1 month ago | [YT] | 25

Taira Bikram Vlogs

❤️ 2025 ধন্যবাদ ❤️
2025 এটা বছৰৰ আকৌ অন্ত হ'ব আজি। এই বছৰটোত বহুতে কিবা পালে আৰু বহুতে কিবা হেৰুৱালে। জীৱন গতিশীল, আমি আগুৱাই যাবই লাগিব।
2025 বছৰটোত আমাৰো ভাল-বেয়া বহুত অভিজ্ঞতা আছে। এই অভিজ্ঞতাই আমাক শিকালে যে যিমানেই ধুমুহা নাহে কিয় নিজকে সত্য পথত ৰাখি জীৱনত আগুৱাই যাব লাগিব।
2025 বৰ্ষটোৱে আমাক দিলে আমাৰ জীৱনৰ সবতকৈ ডাঙৰ উপহাৰ আৰু সেইটো হ'ল আমাৰ বিয়া। এই পথটো বৰ সহজ নাছিল আমাৰ বাবে, বহুত দুখ-কষ্ট, সমাজৰ কু-মন্তব্য, সকলো আওকান কৰি আমি আগুৱাই গৈছো নিজৰ লক্ষ্যৰ দিশত। মাজে মাজে আমাৰ নিজকে শেষ কৰি দিয়াৰ ইচ্ছাও হৈছিল, কিন্তু আমি দুয়োজনে দুয়োজনৰ হাত ধৰি সাহসেৰে কৈছিলো আমি হাৰ নামানোঁ।
সময় বাগৰিল আৰু এই 2025 বৰ্ষত আমি পতি-পত্নী হিচাপে অগ্নিক সাক্ষী কৰি শপত ললোঁ ইজনে-সিজনৰ সৈতে গোটেই জীৱনটো একেলগে থকাৰ। আহি থকা দিনবোৰত আমাৰ জীৱনত দুখ থাকিলেও সুখো যেন থাকে, আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ । আহি থকা দিনবোৰে সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা ৰাখিলোঁ।
2025 বৰ্ষক বহুত বহুত ধন্যবাদ আমাক ইমান ধুনীয়া উপহাৰ দিয়া বাবে 🥰

#transgendermarriageassam #assam #lgbtqassam #lovewins #tairabikramvlogs

1 month ago (edited) | [YT] | 20

Taira Bikram Vlogs

ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ 🙏🥰
https://youtu.be/0JxVufu6nHQ
https://youtu.be/0JxVufu6nHQ

1 month ago | [YT] | 22