YOUR LOVE • OUR RHYTHM
THUNDERSTORM music based on Assamese mobile theatre & various type of songs . I'm the Heartcore fan of those artists.This is an unofficial music channel.
This channel will not monitize because of those reused content so , Please don't strike a copyright. For any Kind of information and removal requests, kindly contact us on the link we provided in here . We don't own the songs. We give credit and respect to those who owned these songs. We also respect their work.
- Thank you
Gmail : Thunderstormmusicassam@gmail.com (Contact for any removal requests and promotion)
THUNDERSTORM music
আমাৰ গৌৰৱ , আমাৰ অহংকাৰ ❤️
2 weeks ago | [YT] | 329
View 2 replies
THUNDERSTORM music
মামা , আপোনাৰ ওচৰলৈ গৈছিলো আজি । আশীৰ্বাদ কৰিব , জীৱনৰ শেষ ঊশাহটো পৰ্যন্ত আপোনাৰ অনুৰাগী হৈ ৰম ❤️🫀
3 weeks ago | [YT] | 520
View 3 replies
THUNDERSTORM music
এইটো ভাৰ্চন আপুনি আজিলৈ শুনা নাই - https://youtu.be/Tg7w1gLdObk?si=jacX8...
2 months ago (edited) | [YT] | 122
View 0 replies
THUNDERSTORM music
Happy Birthday Ajoy Daa ❤️
@Maamusicassam
2 months ago (edited) | [YT] | 53
View 0 replies
THUNDERSTORM music
2 months ago | [YT] | 235
View 2 replies
THUNDERSTORM music
Happy Birthday @98640681166 PALASH SURYA GOGOI Dada ❤️
2 months ago | [YT] | 12
View 0 replies
THUNDERSTORM music
🫀
3 months ago | [YT] | 297
View 3 replies
THUNDERSTORM music
এইখনতকৈ হিয়াভঙা ফটো কিবা হ'ব পাৰেনে ? গ'ল্ডী অ' , এনেকৈ ইমান খৰখেদাকৈ যাবৰ হৈছিলনে ? 😞😣💔
3 months ago | [YT] | 13
View 0 replies
THUNDERSTORM music
বৰষুণৰ নিশাৰ হেডফোন আৰু এইটো গানৰ মাদকতা আন কোনেও দিব নোৱাৰে । শুনিছেনে আপোনালোকে ? এন.কে প্ৰডাকচনৰ বেনাৰত মুক্তি পোৱা “ৰং” এলবামটোত জুবিন গাৰ্গে গোৱা মোৰ আটাইতকৈ প্ৰিয় গীত এইটো । গ'ল্ডীয়ে গীতটোৰ অনুপ্ৰেৰণা লৈছিল বিশ্ববিখ্যাত গায়ক STING ৰ THEY DANCE ALONE গীতটোৰ পৰা । আগতেও তেওঁ বহুতবাৰ এই কথাটো কৈ থৈ গৈছে । জুবিনে STING ক তেওঁৰ “মিউজিকেল গডফাডাৰ” বুলিও কৈছিল । আৰু বহুকেইটা গীত তেওঁ STING ৰ পৰা অনুপ্ৰাণিত হৈ বনাইছিল । টিভিৰ কিছুমান ইন্টাৰভিউত কোৱা অনুসৰি তেওঁৰ বৰ ইচ্ছা আছিল STING ৰ লগত এটা এলবাম কৰাৰ , কিন্তু সেয়া সম্ভৱ ন'হল । গুচি গ'ল আমাৰ মৰমৰ গ'ল্ডী 💔 Post Malone ক যদি মাতিব পাৰে STING কো নিশ্চয় অসমলৈ আনিব পাৰিলেহেতেন । সেয়া জুবিন থাকিলে নিশ্চয় আমি দেখা পালোহেতেন একেখন মঞ্চতে ZUBEEN x STING 🔥
3 months ago | [YT] | 27
View 0 replies
THUNDERSTORM music
GOLDIE O' 😭😭💔
Aji one month hoi gol !!
3 months ago | [YT] | 41
View 4 replies
Load more