Official YouTube Channel of DIkshu Sarma
Dikshu Sarma
পৱিত্ৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ হিয়াভৰা শুভকামনা জ্ঞাপন কৰিছোঁ। উৎসৱৰ আনন্দই সকলোৰে জীৱনক দিয়ক নতুন প্ৰাণ, নতুন লহৰ।
1 month ago | [YT] | 208
View 4 replies
ৰূপালী জয়ন্তী বৰ্ষত আপোনালোকৰ প্ৰিয় বগীতৰা।বগীতৰা ২০২৬ৰ মাইনা Love You শীৰ্ষক গীতটি সোনকালেই আহি আছে আপোনালোকৰ মাজলৈ। কন্ঠদান কৰিছোঁ মই আৰু সুবাসনা দত্তই।কথা, সুৰ: দুলুমণি শইকীয়াসংগীত: দীপকেশ বৰগোহাঁইশব্দ সংমিশ্রণ: দিগন্ত বৰদলৈJD প্ৰডাকচনৰ নিবেদন।
1 month ago | [YT] | 258
View 5 replies
ফাগুনৰ গান মোৰ ,আপোনাৰ বাবে ….এজাক সুৰৰ ঠিকনাক সামৰি “হালি জালি ফাগুনে নাচে “ গীতটি ২৩ ফেব্ৰুৱাৰী ত শুনিম একেলগে ❤️
1 month ago | [YT] | 249
View 6 replies
Are you a real Dikshu fan?
1 month ago | [YT] | 46
View 10 replies
Valentine’s Day feels better with the right song.Which love song of mine is your favourite?Comment below.And Happy Valentine’s Day, guys.❤️
1 month ago | [YT] | 20
View 1 reply
A very happy Birthday papon da.I wish you good health and happiness.Keep Rocking 💐🎂❤️@paponmusic
4 months ago | [YT] | 240
View 2 replies
জীৱন তুমিজুবিন তুমি।❤️অসমৰ বহুকেইজন কন্ঠশিল্পীয়ে কন্ঠদান কৰা আৰু বহুজন শিল্পী, কলা-কুশলী জড়িত হৈ থকা এই গীতটি কালিলৈ মুকলি কৰা হ'ব। জুবিনদা অমৰ। জুবিনদা প্ৰাণৰ। ১৮ তাৰিখে দাদাৰ জন্মদিনো আহি আছে। জুবিনদালৈ বুলি হ'ব আমাৰ এয়া জন্মদিনৰ আগতীয়া উপহাৰ।
4 months ago | [YT] | 245
'মৰমৰ হাচনাহানা'❤️🎻এটি মৰমৰ গীত। এটি প্ৰেমৰ গীত। বৰ মৰমেৰে সজোৱা এই গীতটোক আশাকৰোঁ আপোনালোকে আদৰেৰে আঁকোৱালি ল'ব।গীতটোৰ লিংকটো তলত আগবঢ়ালোঁ🎼কন্ঠ আৰু সুৰ : দিক্ষুকথা: বিজিয়েতাসংগীত ব্যৱস্থাপনা আৰু গীটাৰ: ইশান দাসবেচ: অভিনৱ বৰামিক্স আৰু মাষ্টাৰ: ৰূপজিৎ দাস (দ্য মিক্স মিল ষ্টুডিঅ', মুম্বাই)ডাবিঙ ষ্টুডিঅ': প্লেহে'ড ষ্টুডিঅ'(মুম্বাই)
7 months ago (edited) | [YT] | 18
View 0 replies
মৰমৰ হাচনাহানা কাইলৈ মুক্তি পাব ৷🙏শুনিব দেই 😍
7 months ago | [YT] | 356
অলেখজন স্বাধীনতা যুঁজাৰুৰ ত্যাগ আৰু বলিদানৰ বলত আমি আজি এখন স্বাধীন ভাৰতবৰ্ষৰ গৰ্বিত নাগৰিক। আজিৰ দিনটোত প্ৰতিজন মহান স্বাধীনতা যুঁজাৰুৰ অৱদানক পুনৰ এবাৰ শ্ৰদ্ধাৰে সুঁৱৰিলোঁ। ভাৰতবৰ্ষৰ অনাগত প্ৰতিটো প্ৰজন্মই আপোনালোকৰ সাহস আৰু ত্যাগৰ ওচৰত চিৰঋণী হৈ ৰ'ব।পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভকামনাৰে - "জয় হিন্দ"🇮🇳🇮🇳
7 months ago | [YT] | 332
Load more
Dikshu Sarma
পৱিত্ৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ হিয়াভৰা শুভকামনা জ্ঞাপন কৰিছোঁ। উৎসৱৰ আনন্দই সকলোৰে জীৱনক দিয়ক নতুন প্ৰাণ, নতুন লহৰ।
1 month ago | [YT] | 208
View 4 replies
Dikshu Sarma
ৰূপালী জয়ন্তী বৰ্ষত আপোনালোকৰ প্ৰিয় বগীতৰা।
বগীতৰা ২০২৬ৰ মাইনা Love You শীৰ্ষক গীতটি সোনকালেই আহি আছে আপোনালোকৰ মাজলৈ। কন্ঠদান কৰিছোঁ মই আৰু সুবাসনা দত্তই।
কথা, সুৰ: দুলুমণি শইকীয়া
সংগীত: দীপকেশ বৰগোহাঁই
শব্দ সংমিশ্রণ: দিগন্ত বৰদলৈ
JD প্ৰডাকচনৰ নিবেদন।
1 month ago | [YT] | 258
View 5 replies
Dikshu Sarma
ফাগুনৰ গান মোৰ ,আপোনাৰ বাবে ….
এজাক সুৰৰ ঠিকনাক সামৰি
“হালি জালি ফাগুনে নাচে “ গীতটি
২৩ ফেব্ৰুৱাৰী ত শুনিম একেলগে ❤️
1 month ago | [YT] | 249
View 6 replies
Dikshu Sarma
Are you a real Dikshu fan?
1 month ago | [YT] | 46
View 10 replies
Dikshu Sarma
Valentine’s Day feels better with the right song.
Which love song of mine is your favourite?
Comment below.
And Happy Valentine’s Day, guys.❤️
1 month ago | [YT] | 20
View 1 reply
Dikshu Sarma
A very happy Birthday papon da.I wish you good health and happiness.Keep Rocking 💐🎂❤️
@paponmusic
4 months ago | [YT] | 240
View 2 replies
Dikshu Sarma
জীৱন তুমি
জুবিন তুমি।❤️
অসমৰ বহুকেইজন কন্ঠশিল্পীয়ে কন্ঠদান কৰা আৰু বহুজন শিল্পী, কলা-কুশলী জড়িত হৈ থকা এই গীতটি কালিলৈ মুকলি কৰা হ'ব। জুবিনদা অমৰ। জুবিনদা প্ৰাণৰ। ১৮ তাৰিখে দাদাৰ জন্মদিনো আহি আছে। জুবিনদালৈ বুলি হ'ব আমাৰ এয়া জন্মদিনৰ আগতীয়া উপহাৰ।
4 months ago | [YT] | 245
View 1 reply
Dikshu Sarma
'মৰমৰ হাচনাহানা'❤️🎻
এটি মৰমৰ গীত। এটি প্ৰেমৰ গীত। বৰ মৰমেৰে সজোৱা এই গীতটোক আশাকৰোঁ আপোনালোকে আদৰেৰে আঁকোৱালি ল'ব।
গীতটোৰ লিংকটো তলত আগবঢ়ালোঁ🎼
কন্ঠ আৰু সুৰ : দিক্ষু
কথা: বিজিয়েতা
সংগীত ব্যৱস্থাপনা আৰু গীটাৰ: ইশান দাস
বেচ: অভিনৱ বৰা
মিক্স আৰু মাষ্টাৰ: ৰূপজিৎ দাস (দ্য মিক্স মিল ষ্টুডিঅ', মুম্বাই)
ডাবিঙ ষ্টুডিঅ': প্লেহে'ড ষ্টুডিঅ'(মুম্বাই)
7 months ago (edited) | [YT] | 18
View 0 replies
Dikshu Sarma
মৰমৰ হাচনাহানা কাইলৈ মুক্তি পাব ৷🙏
শুনিব দেই 😍
7 months ago | [YT] | 356
View 4 replies
Dikshu Sarma
অলেখজন স্বাধীনতা যুঁজাৰুৰ ত্যাগ আৰু বলিদানৰ বলত আমি আজি এখন স্বাধীন ভাৰতবৰ্ষৰ গৰ্বিত নাগৰিক। আজিৰ দিনটোত প্ৰতিজন মহান স্বাধীনতা যুঁজাৰুৰ অৱদানক পুনৰ এবাৰ শ্ৰদ্ধাৰে সুঁৱৰিলোঁ। ভাৰতবৰ্ষৰ অনাগত প্ৰতিটো প্ৰজন্মই আপোনালোকৰ সাহস আৰু ত্যাগৰ ওচৰত চিৰঋণী হৈ ৰ'ব।
পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভকামনাৰে - "জয় হিন্দ"🇮🇳🇮🇳
7 months ago | [YT] | 332
View 2 replies
Load more