✅ Comedy | Album | Daily Vlogs | News ✅🎥 প্ৰতিদিন নতুন নতুন ভিডিঅ😂 হাঁহি আৰু মনোৰঞ্জনৰে ভৰপূৰ📰 শেহতীয়া খবৰ — সকলো একে ঠাইত👉 Subscribe কৰক, মন ভাল ৰখা আমাৰ দায়িত্ব
BI Digital
Moreউচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিছে আদর্শ চিনিয়ৰ চেকেণ্ডেৰী স্কুলেফলাফল ঘোষণা হোৱাৰ লগে লগে উত্সৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছেকিয়নো এইবাৰ ইতিহাস গঢ়িছে আদৰ্শ চিনিয়ৰ চেকেণ্ডেৰী স্কুলে মোৰাঝাৰৰ অঞ্চলৰ বিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিছে এই খন বিদ্যালয়ে।এই ফলাফলত আনন্দত উৎফুল্লিত হৈ পৰিছে শিক্ষক- শিক্ষয়িত্রী সকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ।বিদ্যালয় খনত অধ্যক্ষ শ্বৰীফ উদ্দিনৰ সপোন বাস্তৱত পৰিণত হৈছে।এনে ফলাফলৰ সপোন দেখি স্থাপন কৰিছিল বিদ্যালয় খন।বিদ্যালয় খনৰ পৰা মুঠ ২২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সফলতা অর্জন কৰিবলৈ সক্ষম হয়।আমি বিদ্যালয় খনৰ অধ্যক্ষ শ্বৰীফ উদ্দিনৰ লগতে ছাত্ৰ ছাত্ৰীৰ লগত পৰা মন্তব্য শুনাই ল'ব বিচাৰিছোঁ।#Aakashi #ganga #NE#NewsUpdate#newsupdate2025#newsvideo#assamesenews#indian
9 months ago | [YT] | 1
View 0 replies
BI Digital
More
উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিছে আদর্শ চিনিয়ৰ চেকেণ্ডেৰী স্কুলে
ফলাফল ঘোষণা হোৱাৰ লগে লগে উত্সৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে
কিয়নো এইবাৰ ইতিহাস গঢ়িছে আদৰ্শ চিনিয়ৰ চেকেণ্ডেৰী স্কুলে মোৰাঝাৰৰ অঞ্চলৰ বিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিছে এই খন বিদ্যালয়ে।
এই ফলাফলত আনন্দত উৎফুল্লিত হৈ পৰিছে শিক্ষক- শিক্ষয়িত্রী সকলৰ লগতে ছাত্ৰ ছাত্ৰীৰ।
বিদ্যালয় খনত অধ্যক্ষ শ্বৰীফ উদ্দিনৰ সপোন বাস্তৱত পৰিণত হৈছে।
এনে ফলাফলৰ সপোন দেখি স্থাপন কৰিছিল বিদ্যালয় খন।
বিদ্যালয় খনৰ পৰা মুঠ ২২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সফলতা অর্জন কৰিবলৈ সক্ষম হয়।
আমি বিদ্যালয় খনৰ অধ্যক্ষ শ্বৰীফ উদ্দিনৰ লগতে ছাত্ৰ ছাত্ৰীৰ লগত পৰা মন্তব্য শুনাই ল'ব বিচাৰিছোঁ।
#Aakashi #ganga #NE
#NewsUpdate
#newsupdate2025
#newsvideo
#assamesenews
#indian
9 months ago | [YT] | 1
View 0 replies