চেষ্টা এটি আমাৰ ভিডিওৰ দ্বাৰা আপোনালোকৰ মন জয় কৰিবলৈ😊

এই চেনেলত আপোনালোকে জমনি ভিডিও , কভাৰ ভিডিও , vlog , অসমীয়া চুটি ছবি ( Asaamse Short flim ) লগতে মাজে মাজে টেকনলজিৰ ওপৰত ভিডিও চাবলৈ পাব।
আৰু আমাৰ ইউটিউবৰ বাহিৰে কতো Sosical মিডিয়াত আমাৰ Account নাই আৰু Account থাকিলেও Fack হব পাৰিব সেহে আপোনালোকে বিশ্বাস নকৰিব আমি Sosaial Mediaত Account খুলিলেও আমাৰ নামটোৰ পিছত YouTuber নাইবা Offacail বুলি লিখি দিম আৰু Account খুলিলে ও আমি নিজৰ ভিডিওৰ Descriptionত নাইবা কমেন্ট Boxত লিংক দিম ।। নাইবা আমাৰ Aboutটোৰ তলত পাই যাব ।।

( আমাৰ কোনেও Fb Use nkre.. সেইহে Fbত আমাৰ নাম, ফটোৰ Account পালে সেইবোৰ Fack হয় আপোনালোকে বিশ্বাস নকৰিব )


আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিলো 🙏🙏🙏🙏🙏🙏🙏

Like , share , comment and
subscribe our YouTube channel

ধন্যবাদ 🤗🤗🙏🙏🙏🙏



Tanmoy Kakati

New Video কি Topicৰ ওপৰত লাগে ??👇👇

2 years ago | [YT] | 14

Tanmoy Kakati

চালেনে ৰাইজ,, নতুন ভিডিওটি ❤️ - https://youtu.be/O2Zis7Lw0nw

3 years ago | [YT] | 10

Tanmoy Kakati

মৰম দিব ৰাইজ😊 ‪@Haho_aha‬

3 years ago | [YT] | 9

Tanmoy Kakati

বহুদিনৰ বিৰতিৰ পিছত ♥️👀

3 years ago | [YT] | 4

Tanmoy Kakati

বহু দিনৰ মূৰত ❤️

4 years ago | [YT] | 8

Tanmoy Kakati

বহুমাহ ধৰি ভিডিও অহা নাই কিছু ব্যস্ততাৰ বাবে,জুলাই মাহত সপ্তাহৰ মূৰে মূৰে ভিডিও দিম তেতিয়ালৈকে আমাৰ পুৰণা ভিডিওবোৰ চাওক, নতুন ভিডিও কেনেকুৱা ধৰণৰ লাগে ।।

4 years ago | [YT] | 11

Tanmoy Kakati

বহুত বহুত ধন্যবাদ আপোনালোকক ।। আপোনালোকে আমাৰ মৰমবোৰ হেৰাই গ'ল part 2 চুটি ছবিখনক ইমানখিনি মৰম দিয়া বাবে ।। অতি সোনকালেই আমি মৰমবোৰ হেৰাই গ'লৰ দৰে আকৌ এখন আপোনালোকৰ মন জয় কৰিব পৰা এখন চুটি ছবি নিৰ্মাণ কৰিম । লগতে আপোনালোক সকোলোকে আমাৰ গ্ৰুপটোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ ✨💕 ‪@TanmoyKakati‬

4 years ago | [YT] | 12

Tanmoy Kakati

School 🏫 After Lockdown...

#Karunakanto #SchoolAfterLockdown

4 years ago | [YT] | 6