যাযাবৰ লিখক ইমদাদুল হক মই এটি যাযাবৰ কিনো কম ভাই পেটৰ ভোকত দেশ বিদেশত ঘূৰি ফুৰো তাই ল'ৰা জীৱণ এনেকুৱাই ওপায়তো আৰু নাই দেউতাই দিয়া হোটেল খনত কিমান ফ্ৰি পায়।
মধ্য বিত্ত পৰিয়ালত জন্ম হলে ভাই পঢ়া শুনাত মন থাকিলেও সামৰ্থ্য যে নাই কি কৰিম কি নকৰিম চৰকাৰী সুবিধাও নাই তাতে আকৌ সাধাৰণ শ্ৰেণীৰ জন্ম লোৱা তাই।
কোনো কোম্পানীত ইন্টাৰভিউ যে দিম উচ্চ মানৰ ডিগ্ৰীটো যে লব পৰা নাই তাতেও আৰু সমস্যা এটা অভিজ্ঞতাও নাই অভিজ্ঞতা লম যে একো কামেই পোৱা নাই।
ডিগ্ৰী সম্পূৰ্ণ হলেই কেৱল চাকৰি নহয় মাষ্টাৰ ডিগ্ৰী লাগে আকৌ মাচুল অধিক হয় দেশ বিদেশত কামলা দিয়েই পেট চলোৱা হয় সেই কাৰণে গাওঁৰ মানুহে শিক্ষিত যাযাবৰ কয়।
profession assam
মেট্রিক পৰীক্ষাৰ ৰিজাল্ট 2024👇
youtube.com/shorts/3zyqhyZTzn...
1 year ago | [YT] | 0
View 0 replies
profession assam
#happy new year 2024
2 years ago | [YT] | 0
View 0 replies
profession assam
যাযাবৰ
লিখক
ইমদাদুল হক
মই এটি যাযাবৰ কিনো কম ভাই
পেটৰ ভোকত দেশ বিদেশত ঘূৰি ফুৰো তাই
ল'ৰা জীৱণ এনেকুৱাই ওপায়তো আৰু নাই
দেউতাই দিয়া হোটেল খনত কিমান ফ্ৰি পায়।
মধ্য বিত্ত পৰিয়ালত জন্ম হলে ভাই
পঢ়া শুনাত মন থাকিলেও সামৰ্থ্য যে নাই
কি কৰিম কি নকৰিম চৰকাৰী সুবিধাও নাই
তাতে আকৌ সাধাৰণ শ্ৰেণীৰ জন্ম লোৱা তাই।
কোনো কোম্পানীত ইন্টাৰভিউ যে দিম
উচ্চ মানৰ ডিগ্ৰীটো যে লব পৰা নাই
তাতেও আৰু সমস্যা এটা অভিজ্ঞতাও নাই
অভিজ্ঞতা লম যে একো কামেই পোৱা নাই।
ডিগ্ৰী সম্পূৰ্ণ হলেই কেৱল চাকৰি নহয়
মাষ্টাৰ ডিগ্ৰী লাগে আকৌ মাচুল অধিক হয়
দেশ বিদেশত কামলা দিয়েই পেট চলোৱা হয়
সেই কাৰণে গাওঁৰ মানুহে শিক্ষিত যাযাবৰ কয়।
2 years ago | [YT] | 1
View 0 replies
profession assam
🙏🙏🙏🙏🙏
2 years ago | [YT] | 0
View 0 replies
profession assam
HSLC Assamese Exame Cancelled
https://youtu.be/V5fHmdi74gc
2 years ago | [YT] | 1
View 0 replies
profession assam
HSLC Assamese Exame বাতিল
https://youtu.be/Zmc5rN2TOoQ
2 years ago | [YT] | 1
View 0 replies
profession assam
14 February Black Day In India, Jay Jawan Jay Hind 🇮🇳🇮🇳🇮🇳🇮🇳শ্বহিদ প্রণাম তোমাক 🙏
3 years ago | [YT] | 1
View 0 replies
profession assam
Advance Happy New Year 2023
3 years ago | [YT] | 1
View 0 replies
profession assam
https://youtu.be/g1MbYwZ0_K0
3 years ago | [YT] | 0
View 0 replies
profession assam
ভিডিও লিংক
👇👇👇
https://youtu.be/_pbqyC8Enmk
3 years ago | [YT] | 0
View 0 replies
Load more