Manjit Das Musical

Live Show Contact : 8822113216

গানেই মোৰ‌ প্ৰাণ🌏♥️
সকলোলৈ নমস্কাৰ দেই🙏❤️😘.................
আশাকৰোঁ গীতবোৰ শুনি ভাল পালে সকলোৱে নিজৰ বুলি ভাবি Like, Comments, Share আৰু Subscribe কৰিব koribo বুলি আশা ৰাখিলোঁ কাৰন আপোনালোকৰ মৰম সহাৰি পালেহে আমি আৰু ভাল ভাল কাম কৰিবলৈ উৎসাহিত হম 😍❤️


Email I'd manjitdax14@gmail.com


♥️♥️♥️ LOVE YOU ALL ♥️♥️♥️


Manjit Das Musical

আজি মোৰ জন্ম দিন সকলোৱে আশীৰ্বাদ কৰিব মই যেন আগুৱাই যাব পাৰোঁ Love you all❤️‍🩹💐

1 month ago | [YT] | 47

Manjit Das Musical

অতি সোনকালেই আহি আছে Ispakul আৰু মোৰ এটি Mashup গীত সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ ❤️💐

1 month ago | [YT] | 43

Manjit Das Musical

সকলোৰে মৰম আশীৰ্বাদ লৈ আমি সাজু দেই
এপাক খবৰ কৰিবলৈ নাপাহৰিব❤️‍🩹💐

1 month ago | [YT] | 39

Manjit Das Musical

ৰঙালী বিহুৰ শুভেচ্ছাৰে আমি সাজু ৰাইজ
যোগাযোগ:- 8822113216

2 months ago | [YT] | 38

Manjit Das Musical

কি খবৰ Gys...?
আপোনালোকে কোন‌ কোন ঠাইৰ পৰা গানবোৰ চাই জনাব চুন..?

2 months ago | [YT] | 34

Manjit Das Musical

ভিদিয় টু চালে নে❤️
https://youtu.be/ddeA2vt0_AM?si=rLGgD...

9 months ago | [YT] | 16

Manjit Das Musical

Ki Khobor Gys--? ❤️

11 months ago | [YT] | 45

Manjit Das Musical

আজি মোৰ জন্ম দিন সকলোৱে আশীৰ্বাদ কৰিব মই যেন আগুৱাই যাব পাৰোঁ
Love you all💖🫀

1 year ago | [YT] | 33

Manjit Das Musical

আপোনালোকৰ কাষৰ মঞ্চত পাবলৈ আমাক এতিয়া এ যোগাযোগ কৰক❤️ 6002311662
আমি বিভিন্ন ভাষাৰ গীত লৈ আপোনালোকৰ বিহু মঞ্চ কপাবলৈ সাজু হৈছোঁ ধন্যবাদ ❤️🙏

1 year ago | [YT] | 35

Manjit Das Musical

সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা আৰু বহুতো মৰম শুভকামনা জনাইছো 💐নেদেখা জনে সকলোৰে মঙ্গল কৰক 🙏। এটি নতুন গীতৰ কাম কৰি আছু আপোনালোকৰ বাবে আহি আছে মোৰ নতুন গীত "কেচাঁকৈ কলিজা" । আপোনালোকৰ আৰ্শীবাদ শিৰত লৈ আকৌ এটি নতুন গীত কৰিবলৈ সক্ষম হৈছোঁ । সকলোৱে মৰম দিব বুলি তাৰে আশা কৰিছো। ধন্যবাদ 🙏❤️

#Happynewyear2025

1 year ago (edited) | [YT] | 42