DIMENSION ENGINEERING

This Channel has been designed to provide Practical Knowledge of Construction Site work and some basic knowledge of Civil Engineering (for Fresher's civil engineer) and Shows how we do construction on construction site. RCC Residential Building ,RCC Commercial Building, Assam Type House Construction and Low Cost House Idea will provide . Thanks for Visit my Channel.


For Business Purpose
WhatsApp- 88762-33431

For Any Query
dimensionengineering2022@gmail.com

Facebook Page

www.facebook.com/desconstruction.co/




DIMENSION ENGINEERING

2nd Slab Casting || G+2 Residential Building || Sawkuchi, Guwahati || 8876233431 || 7002605384 #dimensionengineering

2 weeks ago |[YT] | 14

DIMENSION ENGINEERING

G+3 Residential Project-ৰ ছাদ ঢালাইৰ (Slab Casting) কাম পূৰ্ণগতিত চলি আছে!
গুণগত মানসম্পন্ন সামগ্ৰী আৰু সুদক্ষ অভিযন্তাৰ তত্ত্বাৱধানত আমি আপোনাৰ সপোনৰ ঘৰখন নিৰ্মাণ কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ। 🏠✨
আপোনাৰো যদি ঘৰ নিৰ্মাণ, প্লেনিং বা ডিজাইনৰ কোনো পৰিকল্পনা আছে, তেন্তে আজিই আমাৰ সৈতে যোগাযোগ কৰক:
📞 Contact Us:
📱 +91 8876233431 / 7002605384
🏢 Dimension Engineering and Construction
#Construction #ResidentialProject #SlabCasting #DimensionEngineering #BuildingConstruction #CivilEngineering #DreamHome #Guwahati #Assam

3 weeks ago |[YT] | 10

DIMENSION ENGINEERING

🏠 সপোনৰ পৰা বাস্তৱলৈ… আন এটা পৰিয়ালৰ সপোনৰ ঘৰ সফলতাৰে হস্তান্তৰ কৰা হ’ল! 🔑🏡

​এটা ঘৰ কেৱল ইটা-চিমেণ্টৰ গাঁথনি নহয়, ই গঢ় লৈ উঠে এটা পৰিয়ালৰ জীৱনজোৰা সপোন আৰু বিশ্বাসৰ ভেটিত। আজি আমাৰ আন এটা প্ৰজেক্ট সম্পূৰ্ণ কৰি গৃহস্থৰ হাতত চাবি তুলি দিয়াৰ এই মুহূৰ্তটো আমাৰ বাবে অত্যন্ত আনন্দ আৰু গৌৰৱৰ।
​আমাৰ ওপৰত অবিচল বিশ্বাস ৰখাৰ বাবে গৰাকী তথা সমগ্ৰ পৰিয়ালটিক আন্তৰিক ধন্যবাদ আৰু নতুন ঘৰখনলৈ যাচিলোঁ অলেখ শুভকামনা! ✨

​আমাৰ বিশেষত্ব:
১. ​আধুনিক আৰ্কিটেকচাৰেল প্লেনিং আৰু নিখুঁত ডিজাইন
২. ​উচ্চমানৰ নিৰ্মাণ সামগ্ৰী আৰু মজবুত গাঁথনি
৩. ​সঠিক সময়ত গুণগত মানসহ প্ৰজেক্ট হস্তান্তৰ

​আপুনিও নিজৰ সপোনৰ ঘৰখন মজবুত আৰু আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰিব বিচাৰে নেকি?
​👉 ঘৰ নিৰ্মাণ, প্লেনিং বা খৰচৰ বিষয়ে জানিবলৈ আজিই আমাৰ সৈতে যোগাযোগ কৰক।
📞 Call / WhatsApp: 8876233431 || 7002605384
📍 স্থান: S K Baruah Road , Rukmigaon, Guwahati -06
#dimensionengineeeing #ConstructionCompanyAssam
​#ProjectHandover #DreamHome #HouseHandover #ConstructionLife #ModernHouse #CivilEngineering #DreamHouseAssam #AssamConstruction

1 month ago |[YT] | 32

DIMENSION ENGINEERING

অগ্ৰগতিৰ আন এক বিশেষ অধ্যায়! 🧱
আজি Jyotikuchi, Guwahati -ত ছাদ ঢালাইৰ কাম চলি আছে !

নিৰ্মাণ কাৰ্যৰ ভিতৰত ছাদ ঢালাই কৰাটো অতি গুৰুত্বপূৰ্ণ তথা আনন্দৰ বিষয়। আমাৰ দক্ষ কৰ্মীসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে কামটো অতি সূচাৰুৰূপে হৈ উঠিল।

আগন্তুক নতুন আপডেটসমূহৰ বাবে আমাৰ পেজটো ফল' কৰক! 🏗️

Contact Us :-
8876233431 || 7002605384

#dimensionengineeeing #GuwahatiBuilders #jyotikuchiguwahati #guwahaticonstructioncompany

1 month ago |[YT] | 18

DIMENSION ENGINEERING

Jakhalabandha ত আমাৰ চলি থকা G+1 Residential project ( Ground floor full finishing) ৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে! গুণগত মান আৰু মজবুত গাঁথনিৰে সপোনৰ ঘৰখন বাস্তৱত ৰূপায়ণ কৰিবলৈ আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ।
আপোনাৰ সপোনৰ ঘৰখন নিৰ্মাণৰ বাবে আজিই আমাৰ সৈতে যোগাযোগ কৰক।
📞 যোগাযোগ: 8876233431 || 7002605384
📍 Dimension Engineering and Construction Pvt. Ltd.
S K Baruah Road , Rukmigaon, Guwahati

1 month ago |[YT] | 13

DIMENSION ENGINEERING

গুৱাহাটীৰ পিলিংকাটা (Plingkata) স্থিত আমাৰ চলিত G+3 Residential Project ৰ কাম পূৰ্ণগতিত চলি আছে। নিৰ্মাণকাৰ্যৰ প্ৰতিটো স্তৰতে গুণগত মান আৰু সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আমাৰ অভিজ্ঞ ইঞ্জিনীয়াৰ আৰু দক্ষ শ্ৰমিকৰ তত্ত্বাৱধানত কাম আগবঢ়োৱা হৈছে।

🔹 Project Type: G+3 Residential Building
🔹 Location: Plingkata, Guwahati
🔹 Status: Ongoing Work (Structure & Execution)

সঠিক প্লেনিং, মজবুত ভেটি আৰু আধুনিক ডিজাইন— ঘৰ নিৰ্মাণৰ যিকোনো পৰামৰ্শ বা কামৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।

📞 Contact: 8876233431 || 7002605384
📍 Office:S K Baruah Road , Rukminigaon , Guwahati-06
#ConstructionUpdate #GuwahatiBuilders #Plingkata #ResidentialProject #CivilEngineering #GPlus3Building #QualityConstruction #AssamBuilders #DreamHome #dimensionengineeeing

1 month ago |[YT] | 7

DIMENSION ENGINEERING

ইটা গাঁথনি কৰাৰ পিছদিনাই প্লাষ্টাৰ মাৰিলে Wall ফাট মেলিব, ৭-১০ দিন Curing কৰাৰ পিছত প্লাষ্টাৰ মৰাটো বুদ্ধিমানৰ কাম !
( আপোনালোকে কিমান দিন Curing কৰে ? )

1 month ago |[YT] | 0

DIMENSION ENGINEERING

কেনেকুৱা লাগিছে জনাব 🤟 8876233431 || 7002605384 #dimensionengineeeing

1 month ago |[YT] | 8

DIMENSION ENGINEERING

আজিকালি মুকলি Kitchen (Open Kitchen) বনোৱাটো ভাল নে পুৰণি ষ্টাইলৰ আছুতীয়া Kitchen টোৱেই বেছি আৰামদায়ক ?
( আপুনি কোনটো ভাল পায় Comments ত জনাব )

1 month ago |[YT] | 0

DIMENSION ENGINEERING

আজিৰ দিনত অসমত ১০০০ Sq Ft ঘৰ এটা বনাবলৈ কিমান টকা খৰচ হ'ব পাৰে বুলি ভাবে ?
( ঘৰ বনাই আছে যদি আপোনাৰ Experiance Share কৰিব)

1 month ago |[YT] | 8