Hello viewers, welcome to my youtube channel. It is an assamese vlog channel.Hear you can watch varities of videos like recipes,crochet,diy & miscellanious .l need support.If you like my videos do hit like button, subscribe to my channel & as well as press the belll icon.Thank you.
মই এগৰাকী গৃহিণী।মই জনা খিনি শিকোৱা আৰু নজনা খিনি শিকা মোৰ উদ্দেশ্য । যদি মোৰ vlog বিলাক চাই ভাল পাই , like,comment,subscribe কৰি bell icon টো টিপি থব।তেতিয়া মই দিয়া post বিলাক ৰ update পাই থাকিব।আপোনালোকৰ সহযোগিতা কামনা কৰিলো । ধন্যবাদ।
কুৰচা কৰো আহক।অতি সহজ ভাবে কেনেদৰে কুৰচা কৰিব লাগে তাকে দেখাবলৈ মই চেষ্টা কৰিছো।সতি-সন্ততি সকলৰ বাবে লগতে ন শিকাৰু সকলেও চাব ও শিকিব বুলি আশা কৰিছো। ন শিকাৰু সকলে উপকাৰ পাব , ও জনা সকলে মতামত জনাই থাকিব। চাই ভাল পালে subscribe,like কৰি সহাৰি জনাৱ বুলি আশা কৰিলো।
#assamesevlogsbytoon#subscribeforsubscriber