Welcome to Rashmi Nasoni – The Dance World of Rashmi Konwar! 💃✨
Rashmi Nasoni is a vibrant YouTube channel dedicated to my daughter, Rashmi Konwar – a talented young dancer who brings life to every trending and viral song from around the world. From energetic performances to mesmerizing moves, Rashmi Nasoni showcases the latest hits, viral tracks, and dance trends that you’ll love to watch and share.
Subscribe now and join our dance journey filled with fun, rhythm, and creativity!
#RashmiNasoni #RashmiDancer #TrendingSongs #ViralSongs #DanceShorts #DanceVideo #DanceCover #DancePerformance #ViralDance #MusicLovers #DanceLovers #DanceTrend #ShortsDance #DanceEntertainment #GlobalHits
Rashmi Nasoni
1 year ago | [YT] | 19
View 6 replies
Rashmi Nasoni
আপোনালোকে মোক কোনকেইটা বিহু নাচত নচাটো বিচাৰে । অনুগ্ৰহ কৰি ইয়াতে কমেণ্ট কৰি জনাবচোন ।
1 year ago | [YT] | 2
View 0 replies
Rashmi Nasoni
আজি 'মৰম লাগি গ'ল তোক' শীৰ্ষক বিহু গানটোত নাচিম । চাবলৈ পাব আবেলি ৪.৩০ বজাত ।
1 year ago | [YT] | 2
View 0 replies
Rashmi Nasoni
কাইলৈ আবেলি ৪ বজাৰ পৰা ৪.৩০ বজাৰ ভিতৰত 'ঢোলে লগাই মাত' শীৰ্ষক গানৰ এক সংগীতত বিহু নাচিম ।
1 year ago | [YT] | 2
View 0 replies
Rashmi Nasoni
মই আজি আবেলি ৪.৩০ বজাত 'কঙ্-ছেং' শীৰ্ষক গীতটোত নাচিম ।
1 year ago | [YT] | 2
View 0 replies
Rashmi Nasoni
গড়গাঁও বাকৰিৰ ফুলজোপাৰ কাষত এপলক । কেনেকুৱা লাগিছে বাৰু ?
1 year ago (edited) | [YT] | 17
View 0 replies
Rashmi Nasoni
I already have 100 subscribers on my YouTube channel . I would like to express my heartfelt gratitude to all those who have loved and inspired me on this journey . I hope you continue to love , inspire and bless me like this @Rashmi Nasoni
(In Assamese: মোৰ YouTube channel-ত ইতিমধ্যে ১০০ জন subscriber হৈছে । এই যাত্ৰাত যিসকলে মোক মৰম আৰু প্ৰেৰণা যোগাইছে , সেই সকলোকে মোৰ হিয়াভৰা কৃতজ্ঞতা জনাইছোঁ । আশা কৰিছোঁ আগলৈও মোক এইদৰে মৰম , প্ৰেৰণা আৰু আশীৰ্বাদ দি যাব ) ।
1 year ago (edited) | [YT] | 4
View 0 replies
Rashmi Nasoni
নমস্কাৰ ।
মই ৰশ্মি কোঁৱৰ ।
আজি কেবাটাও কাৰণত মোৰ channelটোৰ নাম সলালোঁ । নতুন নাম দিলোঁ - 'Rashmi Nasoni' । YouTubeত এই নামত serch কৰিলে মোৰ ভিডিঅ'সমূহ দেখিবলৈ পাব ।
Shorts video-ত মই কি কি নাচ দিলে ভাল পাব ? জনাবচোন । মই আপোনালোকৰ ৰুচিৰ মতে আগবাঢ়িবলৈ চেষ্টা কৰিম ।
আজি 'চেৰেংকৈ...' শীৰ্ষক গীতটোত নাচিম ।
ধন্যবাদ @Rashmi Nasoni
1 year ago (edited) | [YT] | 6
View 2 replies
Rashmi Nasoni
প্ৰাপ্তিৰ আনন্দ ২০২৪ @Rashmi Nasoni
1 year ago (edited) | [YT] | 13
View 9 replies