JIBONOR EITU HITU 

Bussiness e-mail-jibonoreituhitu@gmail.com


Facebook link:-www.facebook.com/profile.php?id=100070733444503&am…


JIBONOR EITU HITU

বিয়াৰ ভিডিঅ' আহি আছে দেই😍

18 hours ago | [YT] | 1,167

JIBONOR EITU HITU

কইনা উলিয়াই দিবৰ সময়ত কিমান দুখ লাগিছে অতি সোনকালেই চাবলৈ পাব। কাইলৈ ভিডিঅ’ আহি আছে চাবলৈ নাপাহৰিব❤️ শুভৰাত্ৰি

2 days ago | [YT] | 1,083

JIBONOR EITU HITU

কাইলৈ দিনৰ ১২বজাত আহি আছে দেই😍❤️মৰম দিব।

4 days ago | [YT] | 3,314

JIBONOR EITU HITU

6:30 লাইভ আহিম 😍

6 days ago | [YT] | 927

JIBONOR EITU HITU

Coming soon...
A New Assamese Short film😍

1 week ago | [YT] | 679

JIBONOR EITU HITU

চাৰি জীয়ৰী আৰু মাক-বাপেক ৬০টা খণ্ডত যৱনিকা পৰিব🙏🏼আৰু ৯টা খণ্ড আহি আছে । চাবলৈ নাপাহৰিব ।

1 week ago | [YT] | 1,187

JIBONOR EITU HITU

অমৰ জুবিন, আমাৰ জুবিন ❤️
#JusticeForZubeenGarg

1 week ago | [YT] | 2,321

JIBONOR EITU HITU

আজি সন্ধিয়া ৭বজাত লাইভ আহিম দেই😍 চাৰি জীয়ৰীৰ বিষয়ে পাতিম ।

2 weeks ago | [YT] | 2,510

JIBONOR EITU HITU

সময়- ৭:৩০
মই লাইভ আহিম

1 month ago | [YT] | 2,125

JIBONOR EITU HITU

আপুনি যদি ব‍্যক্তিগত সময়ৰ অভাৱ ,ব‍্যক্তিগত সমস‍্যা বা অন‍্য কাৰণৰ বাবে বানাক্ৰান্তৰ কাষ চাপিবপৰা নাই তেতিয়া হ’লে টীয়ক ক্লথ বেংকৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াব পাৰে । কাপোৰ, খোৱাপানী , চেনিটেৰীপেড, বিস্কুট , নগদ ধন বা যিকোনো প্ৰয়োজনীয় বস্তু দিবপাৰে । এইটো আজিৰ অনুষ্ঠান নহয় । মই ২বছৰৰপৰা সহায়ৰ হাত আগবঢ়াই আছো , যিকণ পাৰোঁ । আপোনাৰ কষ্টৰ ধন বিশ্বাসযোগ‍্যজনৰ জৰিয়তে সঠিক ঠাইৰ কাষ পাওঁক তাৰবাবে সবিশেষ শ্বেয়াৰ কৰিলোঁ 🙏🏼

2 months ago (edited) | [YT] | 357