আপোনালোকে মোৰ এই সৰু চেনেলটোৰ ভিদিও চাবলৈ আহিছে যেতিয়া চেনেলটো প্লিজ Subscribe কৰি ঘণ্টাটো বজাই দিব বুলি আশা কৰিলোঁ 🙏 আৰু মোৰ এই চেনেলটোত কমেডি ভিদিও আৰু vlog ৰ লগতে বহুত ভাল ভাল ভিদিও দেখিবলৈ পাব গতিকে ভিদিও চাওক আৰু মজা লওক 🙏🙏🙏




My Business mail contact me for sponsership and brand collaboration :- kalitagautam212@gmail.com


Gautam Kalita

মোৰ আজিৰ এই পৱিত্ৰ জন্মদিনটোত মাৰ সৈতে আমাৰ সৰভোগৰ মহাপ্ৰভূ শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থানত গৈ প্ৰভূৰ চৰণত প্ৰণিপাত জনালোঁ খুব বেছিয়েই ভাল লাগিল । আজিৰ এই বিশেষ দিনটোতে মায় মোক এই পৃথিৱীখন দেখা পাবলৈ সক্ষম কৰাইছিল । এই দিনটোতেই মাৰ সৈতে গৈ দৰ্শন কৰাৰ সৌভাগ্য হলো । আশা কৰোঁ আহিব লগীয়া দিনবোৰ যাতে ভালে কুশলে যায় তাৰেই কামনা কৰিলো । আপোনালোকেও আশীৰ্বাদ কৰিব ।

1 year ago |[YT] | 39

Gautam Kalita

সদৌটিলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ২০২৫
#happynewyear

1 year ago |[YT] | 27

Gautam Kalita

https://youtu.be/gcHW0Fz9MFE
New video tu sabi gyz aru subscribe kori diba 🙏

2 years ago |[YT] | 28

Gautam Kalita

https://youtu.be/gj2zU9IuXNk
☝️ Aitu link click kori new video tu sabo pariba dei gyz 😊❤️📌

2 years ago |[YT] | 51

Gautam Kalita

https://youtu.be/HCAK-IkV9Dg
‪@karishmanath5575‬
Video tu sala ne ? Jodi suwa nai saba 💌📌

2 years ago |[YT] | 72

Gautam Kalita

https://youtu.be/Hsw-q_61Gdg
New video tu sale ne apunaloke ?
Jodi suwa nai sabo aru kenekuwa hoise jonabo 🥰

2 years ago |[YT] | 62

Gautam Kalita

New video tu sale ne gyz ? Jodi sawa nai sabo aru morom dibo 🥰🙏🏻
https://youtu.be/1LepdZz_tJE

3 years ago |[YT] | 48

Gautam Kalita

https://youtu.be/twZ64wkZhoY
Gyz questions korok jiman ase janibo loga xudhibo loga 🙏🏻

3 years ago |[YT] | 21

Gautam Kalita

https://youtu.be/FhLiBGJxChA

New video tu xokolowe saba aru notun koi visit kora xokole subscribe kori diba 🥰🙏🏻
‪@BlackAndWhiteAssam‬

3 years ago |[YT] | 18

Gautam Kalita

Happy birthday king 👑 🎂🎉

3 years ago |[YT] | 36