Time8 is a Digital News Platform from the Northeast. Ushering a revolution in the region in terms of dedicated newsgathering, unbiased and fearless journalism powered by raw energy of youth with the tenacity of seasoned journalists.
TIME8 News
শ্রীভূমি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্রিনয়ন ভূঞাক সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক হিচাপে বদলি
18 hours ago | [YT] | 108
View 0 replies
CRPFৰ মুখ্য কাৰ্যালয়ত স্বৰ্ণ কন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা CRPFৰ সঞ্চালক প্ৰধান জি পি সিঙৰ
19 hours ago (edited) | [YT] | 48
📌আজি ৰাজ্যৰ বিভিন্ন জিলাৰ নিৰ্ধাৰিত স্থানত অনুষ্ঠিত হ’ব স্বাস্থ্য আৰু কল্যাণ শিবিৰ। 📌এই শিবিৰসমূহত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে উপলব্ধ বিভিন্ন স্বাস্থ্যসেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। 📌আপোনাৰ নিকটৱৰ্তী শিবিৰত উপস্থিত হৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব।
20 hours ago | [YT] | 100
View 1 reply
জনসেৱাৰ ২৫টা বৰ্ষ সম্পূৰ্ণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
20 hours ago | [YT] | 31
View 2 replies
স্মৃতি মান্ধানাক ভাৰতীয় মহিলা ক্রিকেট দলৰ নতুন অধিনায়কৰ দায়িত্ব প্ৰদান
20 hours ago | [YT] | 159
সুখবৰ, ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ জিন্টিমণি কলিতাৰ
21 hours ago | [YT] | 185
এছিয়ান গেমছত স্বৰ্ণজয়ী লাভলীনা বৰগোহাঁইক অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি। ইয়াৰ পূৰ্বে DSP হিচাপে নিযুক্তি দিয়া হৈছিল লাভলীনাক।
21 hours ago | [YT] | 188
View 5 replies
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ টীম ইণ্ডিয়াৰ
1 day ago | [YT] | 92
শিলচৰ পৌৰসভাৰ নিৰ্বাচন EVMক দোষাৰোপ কৰা কংগ্ৰেছ বেলটতো পৰাস্ত হ'ল। ৪২ আসনত পালে মাত্র ২খন আসন।
1 day ago | [YT] | 29
View 3 replies
শিলচৰ পৌৰনিগম নিৰ্বাচনৰ ৪২ টা ৱাৰ্ডৰ ফলাফল ঘোষণা
1 day ago | [YT] | 114
Load more
TIME8 News
শ্রীভূমি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্রিনয়ন ভূঞাক সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক হিচাপে বদলি
18 hours ago | [YT] | 108
View 0 replies
TIME8 News
CRPFৰ মুখ্য কাৰ্যালয়ত স্বৰ্ণ কন্যা লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা CRPFৰ সঞ্চালক প্ৰধান জি পি সিঙৰ
19 hours ago (edited) | [YT] | 48
View 0 replies
TIME8 News
📌আজি ৰাজ্যৰ বিভিন্ন জিলাৰ নিৰ্ধাৰিত স্থানত অনুষ্ঠিত হ’ব স্বাস্থ্য আৰু কল্যাণ শিবিৰ।
📌এই শিবিৰসমূহত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে উপলব্ধ বিভিন্ন স্বাস্থ্যসেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।
📌আপোনাৰ নিকটৱৰ্তী শিবিৰত উপস্থিত হৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব।