Our channel “JB Pathshala” only for educational
And information purpose for earn knowledge online or
Offline.
In our Videos we discuses mainly
1. process of preparation for railway, State government, central government and other competitive exam.
2. Discuses Questions with answer according to syllabus of exams.
So, Please Subscribe the channel and click on the Bell icon and don’t forget to Like Comments and share our Videos.
Our email – jbpathshala2022@gmail.com
Also follow us on
Instagram: www.instagram.com/jbpathshala/
Telegram: t.me/Jbpathshala
Twitter: @jbpathshala
Facebook: facebook.com/JB-Pathshala-110543811859633/
Thank you.
JB Pathshala
মোৰ চেনলটোৰ নাম সলাব বিচাৰিছো আপোনালোকৰ মতামত বিছাৰিছো। তলত চাৰিটা নাম দিছো কোনটো আপোনাৰ প্ৰিয় জনাবচোন। বেছি ভোট য'ত হব সেইটো নামকে ৰাখিম। বা কমেন্ট কৰক।
8 months ago | [YT] | 2
View 1 reply
JB Pathshala
উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলোলৈ অভিনন্দন জনালো আৰু যিসকলে সফলতা অৰ্জন কৰিব পৰা নাই, তেওঁলোকে ভাগি নপৰিবা। সকলোৰে সময় আহে মনত ৰাখিবা।
8 months ago | [YT] | 1
View 0 replies
JB Pathshala
"I extend my heartfelt congratulations to all who have passed the Higher Secondary examination. To those who did not achieve success, do not lose heart—remember, everyone’s time will come."
8 months ago | [YT] | 0
View 0 replies
JB Pathshala
সাংবিধানিক অনুচ্ছেদত অনুসূচিত জাতি আৰু
অনুসূচিত জনজাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ ব্যৱস্থা
নিৰ্ধাৰণ কৰা হৈছে-
2 years ago | [YT] | 8
View 0 replies
JB Pathshala
Assam Direct Requitment Exam (ADRE) দিয়া সকলৰ মনত কিবা প্ৰশ্ন উদয় হৈছে নেকি?প্ৰশ্ন কৰক । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সকলোৱে প্ৰশ্ন কৰিব পাৰিব ? আপোনাৰ প্ৰশ্নৰ উত্তৰ কালিলৈ আহিব লগা ভিডিঅ' টিত দিয়া হ'ব । ধন্যবাদ।
2 years ago (edited) | [YT] | 50
View 74 replies
JB Pathshala
যদি আপুনি ADRE grade 3 skill test ৰ বাবে অন্য Categoryত যদি Q লৈছে তেনেহলে, কোন Category ৰ পৰা আহি কত Q লৈছে ?
2 years ago | [YT] | 14
View 11 replies
JB Pathshala
যদি আপুনি ADRE grade 4 মৌখিক সাক্ষাৎকাৰৰ বাবে অন্য Categoryত Q লৈছে তেনেহলে কোন Category ৰ পৰা আহি কত Q লৈছে ?
2 years ago | [YT] | 20
View 37 replies
JB Pathshala
Assam State Open School HS Final Result Out
2 years ago | [YT] | 11
View 0 replies
JB Pathshala
আজি চতুৰ্থ বৰ্গৰ মৌখিক সাক্ষাৎকাৰত আমি কালি দিয়া ভিডিঅ'টিৰ প্ৰশ্ন সমূহকে আজি দুয়োটা চিফট্ ত সোধিছে। গতিকে ভিডিঅ'টি চাবলৈ নাপাহৰিব ।
https://youtu.be/Nu0C-XG9VFw
3 years ago | [YT] | 6
View 0 replies
JB Pathshala
সাক্ষাৎকাৰৰ বাবে যদি সাজু হৈছে এবাৰ ভিডিঅ'টি চাওক
https://youtu.be/Bw1pdOrHgMA
3 years ago | [YT] | 4
View 0 replies
Load more