Priyanka Dutta

Last pics of 2025

1 month ago | [YT] | 0

Priyanka Dutta

অসমীয়া চলচিত্ৰ জগতৰ এজন প্ৰখ্যাত অভিনেতা হিৰণ্য দেকা দাদাৰ সৈতে আজি ✅

#hiranyadeka #bestphoto

3 months ago | [YT] | 0

Priyanka Dutta

সকলোলৈকে কাতি বিহুৰ ওলগ জনালো 🪔
ৰোমতে অকনমানকৈ নিয়ম এটা কৰিলো ✅🪴🪔
#happykatibihu #katibihu #bestphoto #viralphoto

4 months ago | [YT] | 0

Priyanka Dutta

পঞ্চভূতত বিলীন হৈ পৰিল আমাৰ হিয়াৰ আমঠু জুবিন দা 😭 জুবিন দা অমৰ হওঁক 🙏😭


#ZG #Zubeenda #Zubeengarg #Assamking

4 months ago | [YT] | 0

Priyanka Dutta

Another year of love and laughter with my favorite person or Celebrating three years of love and happiness together. Happy anniversary to us.
যিদৰে তিনিটি বছৰ সুখ - দুখে , হাঁহি - ধেমালিৰে পাৰ কৰিলো অনাগত দিনবোৰ যাতে সুখ - সমৃদ্ধিৰে পাৰ হওঁক আপোনালোকৰ আশীৰ্বাদত ।

8 months ago | [YT] | 1