Hey Guys Welcome Back To My Youtube Channel
❣️


Rangmon

কোন দিনা "ৰৈ ৰৈ বিনালে" ছবিখন মুক্তি লাভ কৰিব?

2 months ago | [YT] | 2

Rangmon

জুবিন দাৰ মৃত্যু স্বাভাৱিক হয়,ঠিকে আছে, যদি হত্যা কৰা হয়, তেনেহলে দোষীক উচিত শাস্তি ৰাইজে দিব।

4 months ago | [YT] | 0

Rangmon

জুবিন দা আৰু নাই কথাষাৰ এতিয়াও বিশ্বাস কৰিব পৰা নাই। এইখন যদি চিনেমাৰ শ্বুটিং হয়, জুবিন দাই যদি কয় চিনেমা এখন কৰি আছোঁ, তাৰ বাবে এনেকুৱা কৰিব লগা হল। এয়া যে বাস্তৱ মানি লব পৰা নাই।
জুবিন দা অবিহনে অসম, কেতিয়াও সম্ভৱ নহয়।
জুবিন দাক আমি অসমীয়া সকলে জীয়াই ৰাখিব লাগিব। তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।

জয় জুবিন দা, জয় আই অসম

4 months ago | [YT] | 8

Rangmon

Who appoints judges of the high court ?

1 year ago | [YT] | 2

Rangmon

সোণবিল কত আছে?

1 year ago | [YT] | 2

Rangmon

অসমত কিমান খন biosphere আছে?

1 year ago | [YT] | 3

Rangmon

3×3+3÷3

1 year ago | [YT] | 1

Rangmon

অসমৰ ৰাজ্যিক ফল কি?

1 year ago | [YT] | 3

Rangmon

অসমত কিমানটা ইউনেস্কো ৱৰ্ল্ড heritage চাইট আছে?

1 year ago | [YT] | 1

Rangmon

বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি?

1 year ago | [YT] | 1