মৌলানা নুৰুল আমিন কাছিমী অসমৰ এজন উদীয়মান আলিম, স্কলাৰ আৰু এগৰাকী নিস্বাৰ্থ সমাজকৰ্মী। তেখেত একেধাৰে এগৰাকী সুবক্তা, লেখক, ধৰ্ম প্ৰচাৰক তথা সমাজ সংস্কাৰক। সমাজৰ ধৰ্মবিমূখ তথা শিক্ষাবিমূখ মুছলমান সকলৰ মাজত তেখেতে কাম কৰি আছে। তেখেতৰ ঘৰ উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ চতিয়াত। ২০০৮ চনত দাৰুল উলুম দেওবন্দৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
সমাজৰ অসহায় আৰু নিপীড়িত সকলক আগুৱাই নিয়াৰ বাবে তেখেতে JANAKALYAN Minority Development Society নামেৰে এটি এন জি অৰ জৰিয়তে নিজৰ সেৱা অব্যাহত ৰাখিছে।
মুছলিম যুৱক সকলক বৌদ্ধিক ক্ষেত্ৰত আগুৱাই নি সৃষ্টিশীল কাম কাজৰ জৰিয়তে দ্বীন তথা কৌমৰ সেৱাৰ উদ্দেশ্যে গঠিত স্বেচ্ছাসেৱী সংস্থা Islamic Studies and Research Academy, Assam চমুকৈ (ISRAA) ৰ তেখেত মূখ্য সঞ্চালক। সকলোৰে ওচৰলৈ দ্বীনৰ দাৱাত পৌচাই দিয়াটোৱেই তেখেতৰ এই চেনেলৰ উদ্দেশ্য।
যোগাযোগ :-
ফোন : 9435260836
ই মেইল: nurulaminqasimi@gmail.com
Shared 1 year ago
72 views
Shared 1 year ago
44 views
Shared 2 years ago
132 views
Shared 2 years ago
30 views