নমস্কাৰ🙏 মোৰ এই ইউটিউব চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ মই এগৰাকী মাতৃ। মই ইয়াত বিভিন্ন ধৰণৰ ভিদিয় যেনে ফুৰিবলৈ গৈ তাৰ পৰিবেশ ,ভাল লগা কিছুমান কথা , ব্যঞ্জন বিধি, আদি আপোনালোকৰ বাবে লৈ আহো । আশা কৰোঁ সকলোকে যেন মোৰ এই ইউটিউব চেনেল টো like, share, subscribe কৰে .......
ধন্যবাদ ... 🙏🙏
Mollika food and travel
তেজপুৰ অধিবেশন 🙏
1 day ago | [YT] | 1
View 0 replies
Mollika food and travel
New video
1 week ago | [YT] | 1
View 0 replies
Mollika food and travel
Republic day celebration
1 week ago | [YT] | 2
View 0 replies
Mollika food and travel
বাগানৰ পূজা চাৱ দেই
2 weeks ago | [YT] | 3
View 0 replies
Mollika food and travel
সৰস্বতী পূজা বিশেষ
ভিদিও দিম চাব 🙏
2 weeks ago | [YT] | 10
View 2 replies
Mollika food and travel
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশন আহি আছে ইংৰাজী 6,7,8 সকলোকেই লগ পাম দেই আহিৱ আৰু ভিদিও টো চালো গম পাৱ
2 weeks ago | [YT] | 3
View 0 replies
Mollika food and travel
শঙ্কৰ সংঘ অধিবেশন এইবাৰ তেজপুৰৰ জামুগুৰিহাটত সকলো আহিৱ লগ পাম ফেব্ৰুৱাৰী ৬,৭,৮,আজি আমি গৈছিলো
সকলো কাম সম্পূৰ্ণ হ'বলৈ আৰু বেছি দিন নাই বহুত মানুহৰ এতিয়াও সমাগম হৈ আছে ,ভক্ত সকলে দিন ৰাতি একাকাৰ কৰি কামবোৰ আগুৱাই লৈ গৈ আছে সকলো আহিৱ দেই বহুত মানুহ হ'ৱ 🙏
ভিদিও দিম চাব বহুত বহুত ডাঙৰ পথাৰত কামবোৰ চলি আছে🙏🙏🙏
3 weeks ago (edited) | [YT] | 9
View 6 replies
Mollika food and travel
নতুন ভিদিও দেই💃
3 weeks ago | [YT] | 3
View 1 reply
Mollika food and travel
ভোগালী বিহুৰ ফটো 🤣🤣💃💃🥰🥰🥰
3 weeks ago | [YT] | 14
View 3 replies
Mollika food and travel
বিহুৰ শুভেচ্ছা দেই
3 weeks ago | [YT] | 9
View 2 replies
Load more