From breaking news to in-depth stories, we have got you covered! Follow us and never miss a beat.

FOLLOW US
Facebook: NB News
www.facebook.com/nbnewstv/

Instagram: @nbnewstv
www.instagram.com/nbnewstv/
X: @nbnewstv
x.com/nbnewstv

Website:
nbnewstv.com/



NB News

আজিও জামিন নাপালে সন্দীপন গাৰ্গে। জামিনৰ আৱেদন সংক্ষিত ৰাখিলে আদালতে।
#asomlive24 #axomlive24digital

4 minutes ago | [YT] | 3

NB News

ছৌদি আৰৱলৈ এয়াৰ ইণ্ডিয়াৰ সকলো বিমান বাতিল।
#asomlive24 #axomlive24digital

5 minutes ago | [YT] | 0

NB News

অমৃতপ্ৰভাৰ জামিনৰ পাছতে জ্যেষ্ঠ অভিনেতা অৰুণ হাজৰিকাৰ ক্ষোভ।
#asomlive24 #axomlive24digital #asomlive24tv

19 minutes ago | [YT] | 23

NB News

অনলাইন গেমৰ জৰিয়তে প্ৰৱঞ্চনা কৰি মেঘালয় আৰক্ষীৰ জালত শিৱসাগৰৰ ২যুৱক।
#asomlive24 #axomlive24digital #asomlive24tv

1 hour ago | [YT] | 14

NB News

আজি ফাষ্টট্ৰেক আদালতত হাজিৰ নহ'ল অমৃতপ্ৰভা মহন্ত।
#asomlive24 #axomlive24digital #asomlive24tv

1 hour ago | [YT] | 18

NB News

আজি ফাষ্টট্ৰেক আদালতত হাজিৰ নহ'ল অমৃতপ্ৰভা মহন্ত।
#asomlive24 #axomlive24digital #asomlive24tv

1 hour ago | [YT] | 6

NB News

অসমৰ বানৰ বাবে ৮৪৩কোটি টকাৰ আবণ্টন কেন্দ্ৰৰ।
#asomlive24
#axomlive24digital

2 hours ago | [YT] | 29

NB News

বহিঃৰাজ্যৰ শিল্পী সুদীপ্ত পলৰ দুখকৈ পূজা সমিতিক প্ৰতাৰণা। লাখ লাখ টকালৈ পলায়ন।
#asomlive24
#axomlive24digital

3 hours ago | [YT] | 22

NB News

জে'লৰ পৰা ওলাই গুৱাহাটীৰ বিলাসী ৰূমত নিশা পাৰ কৰিব অমৃতপ্ৰভাই। ইতিমধ্যে হোটেলৰ ২টাকৈ কোঠা বুক কৰিছে অমৃতপ্ৰভাই।
#asomlive24 #axomlive24digital #asomlive24tv

3 hours ago | [YT] | 46

NB News

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত। তাৰপাছতেই সামাজিক মাধ্যমত ক্ষোভ জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতীম গোস্বামীৰ।
#asomlive24 #asomlive24digital #asomlive24tv

4 hours ago | [YT] | 157