নমস্কাৰ,🙏🙏🙏🙏
সকলোকে মোৰ ইউটিউব চেনেল "Kids Pedia Assamese Kids " লৈ স্বাগতম জনাইছো,🙏🙏🙏 । মোৰ এই চেনেলটোত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো পাঠ্যপুথিৰ প্ৰশ্নৰ উত্তৰবোৰ দিয়া হব । লগতে বৰ্ণ , সংখ্যাৰ সহায়ত সহজে কেনেকৈ ছবি আঁকিবলৈ পাৰি এই বিষয় দিয়া আছে । গতিকে যিসকলে এটা সুন্দৰ ভৱিষ্যতৰ সপোন দেখিছে তেওঁলোকৰ বাবে এই চেনেলটো অতি গুৰুত্পূৰ্ণ | আপুনি যদি চেনেলটোত নতুন তেন্তে subscribe, like, comment কৰক ধন্যবাদ 🙏🙏🙏।
youtube.com/@assamesekidspedia?si=-ijvLfT2z0rIQue8
দিনটো শুভ হয়ক
জয় আই অসম 😇😇🙏🙏
Kids Pedia Asssamese Kids
প্রিয় জুবিনদাৰ আবতৰীয়া বিয়োগৰ বাতৰিয়ে সঁচাকৈয়ে সকলোৰে কলিজাত আঘাত দিলে💔💔💔 । অসমে কেৱল মাত এটাই হেৰুৱা নহয়, হৃদস্পন্দন হেৰুৱাইছে 💔 💔💔💔💔 ।জুবিন দা আছিল অসম আৰু জাতিৰ গৌৰৱ, আমাৰ সংস্কৃতি আৰু আমাৰ আৱেগ । তেওঁ মাথোঁ অসমৰ সংগীত ক্ষেত্রক চহকী কৰাই নহয়, অসম-অসমীয়াক প্রাণে-মনে ভালপোৱা, বিশাল হৃদয়ৰ মানুহজনে প্ৰচুৰ অৱদানেৰে জাতীয় জীৱন ওপচাই জীৱন নাট সামৰি গ'লগৈ! জাতীয় স্বার্থত বলিষ্ঠ কণ্ঠে সদায় মাত মাতি অহা, দুৰন্ত শক্তি- সাহস, সপোন আৰু আত্মবিশ্বাসেৰে জীৱন জিনিব খোজা জুবিনদাই প্ৰকৃতি আৰু মানুহক ওখ-উদাৰ দৃষ্টিৰে চাইছিল। অসমবাসীয়ে জুবিনদাৰ বিয়োগৰ দুখ সহিবলৈ যথাৰ্থতে বৰ কষ্ট হ'ব। জুবিনদা আপুনি আমাৰ মাজত সদায় অমৰ হৈ থাকিব ।🙏🙏🙏🙏🙏
3 months ago (edited) | [YT] | 10
View 2 replies