AJ News Live
"বুকু হম হম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ আই..." দেশপ্ৰেমৰ দ্বাৰা আলোড়িত সেই শক্তিশালী কণ্ঠ, যাৰ অনন্য সৃষ্টিৰাজিয়ে চহকী কৰি থৈ গৈছে অসমীয়া সংস্কৃতিৰ ভঁৰাল, সেইজনা মহান সংগীতশিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱলৈ জন্ম বাৰ্ষিকীৰ উপলক্ষত নিবেদিছোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি। 'সুধাকণ্ঠ' উপাধিৰে অলংকৃত হাজৰিকা দেৱৰ বহুমুখী প্ৰতিভাই তেখেতক সমগ্ৰ বিশ্ববাসীৰ হৃদয়ত চিৰকাল উজ্জ্বলাই ৰাখিব।#assam #AssamNews #ajnewslive #ajnewslivedigital
1 year ago | [YT] | 0
View 0 replies
AJ News Live
"বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই..."
দেশপ্ৰেমৰ দ্বাৰা আলোড়িত সেই শক্তিশালী কণ্ঠ, যাৰ অনন্য সৃষ্টিৰাজিয়ে চহকী কৰি থৈ গৈছে অসমীয়া সংস্কৃতিৰ ভঁৰাল, সেইজনা মহান সংগীতশিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱলৈ জন্ম বাৰ্ষিকীৰ উপলক্ষত নিবেদিছোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি। 'সুধাকণ্ঠ' উপাধিৰে অলংকৃত হাজৰিকা দেৱৰ বহুমুখী প্ৰতিভাই তেখেতক সমগ্ৰ বিশ্ববাসীৰ হৃদয়ত চিৰকাল উজ্জ্বলাই ৰাখিব।
#assam #AssamNews #ajnewslive #ajnewslivedigital
1 year ago | [YT] | 0
View 0 replies