ZG music • 4.3K views • 1 days ago ...

support plz subscribe🙏

My Instagram ID :- mintuediting_999

জুবিন গাৰ্গ কেৱল এটা নাম নহয়, ই অসমীয়াৰ হৃদয়ৰ স্পন্দন। তেওঁৰ গীতে আমাৰ মন প্ৰাণ চুই যায়। এই চেনেলটোৰ জৰিয়তে আমি জুবিন দাৰ সেই অমৰ সৃষ্টিবোৰ পুনৰ স্মৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁৰ সংগীত চিৰদিন আমাৰ মাজত জীয়াই থাকিব।


ZG music • 4.3K views • 1 days ago ...

নিষ্ঠুৰ নিয়তি___
# nikhamoni#zubeengarg#sad .. 🥺💔

2 weeks ago | [YT] | 23

ZG music • 4.3K views • 1 days ago ...

বৌৰ গা বেয়া সেয়ে হস্পিতালত ভৰ্ত্তি হৈ আছে খবৰটো পায়েই ততাতৈয়াকৈ দিছপুৰ হস্পিতাললৈ দৌৰ মাৰিলোঁ। গৈ পাই বৌক দেখি মাত লগালোঁ। বৌৱে সেমেকা মাতেৰে মাত লগালে অ হিৰক আহিছা, আহা বহা। মই মন কৰিলোঁ বৌৰ সেই হাঁহিমুখীয়া মুখখনত যেন চকু পানীৰ আচোঁৰ। মই একো ক'বলৈ বা সুধিবলৈ সাহস গোটাব নোৱাৰিলোঁ। বৌৱে ২ দিন আগতে মুক্তি দিয়া "মুকুতা মুকুতা"https://youtu.be/xe26-MQfZsU?si=J2VA1...
গীতটিৰ ভিডিঅ' টো দেখুৱাই ক'লে: দাদাক আমি সৰগলৈ গৈ লগ পাব পৰা হ'লে....
তাৰ পিছত আৰু নিজৰ চকুহালক ৰখাব নোৱাৰিলোঁ...

সেইদিনা আচলতে হৈছিল কি! আমাক সত্যটো জনাবই লাগিব আৰু দোষীয়ে শাস্তি পাবই লাগিব।
#JusticForZubeenGarg
#ZubeenGarg
#zubeengargfanclub

1 month ago | [YT] | 8

ZG music • 4.3K views • 1 days ago ...

দুজন চলে গেলেন সাগৰে 🥺😢( প্রিয়া ৰে প্রিয়া ৰে)
#sad..
..... 🥺

1 month ago | [YT] | 7

ZG music • 4.3K views • 1 days ago ...

Zubeen garg krishna 🦚.. Happy holi.... 😓🥺#_justiceforzubeengarg.
#_zubeengarg
#krishna... __________

2 months ago | [YT] | 12

ZG music • 4.3K views • 1 days ago ...

Har har mohadev.... Zubeen garg 🙏🏻💝
#justiceforzubeengarg
#mohadev...
#_hd pic...

2 months ago | [YT] | 15

ZG music • 4.3K views • 1 days ago ...

Joy zubeen da🥺❣.
ভালকে পঢ়িব please জুবিন দা🥺
#justiceforzubeengarg.

2 months ago | [YT] | 9

ZG music • 4.3K views • 1 days ago ...

ইংৰাজী নতুন বছৰৰ পুৱাই সোণাপুৰৰ জুবিন গাৰ্গৰ কাষত ভাতৃ অৰুণ গাৰ্গ।জুবিন গাৰ্গৰ চি*তা*খ*ন ধুই নতুন গামোচা পিন্ধাই পূজা-অৰ্চনা কৰিলে ভাতৃ অৰুণ গাৰ্গে!'এনে অভিশপ্ত বছৰ আৰু নাহক।মোৰ দাদা যতেই আছে শান্তি আৰু সুখত থাকক'-সোণাপুৰৰ জুবিন ক্ষেত্ৰত এইদৰে ক'লে অৰুণ গাৰ্গে😥💔🙏
#JusticeForZubeenGarg #ArunGarg #zubeengargfanclub #assam #sonapurzubeenkhetra

4 months ago | [YT] | 6

ZG music • 4.3K views • 1 days ago ...

2025 য়ে আমাৰ মৰমৰ জুবিন দা হেৰালে।
_____তাৰ বাবে এখন ফটো __সাচি ৰাখিলো____। 😢
জয় জুবিন দা _____🥺💔
#justiceforzubeengarg..

4 months ago | [YT] | 16

ZG music • 4.3K views • 1 days ago ...

১কোনখন জুবিন গাৰ্গৰ অভিনয় জীৱনৰ অন্তিমখন ছবি হিচাপে ঘোষণা কৰা হৈছে?
#zubeengargforjustice
Comment plz ____question answer_❤🥺
জুবিন দাৰ কাৰণে লাইক কৰিব। { জয় জুবিন দা} 🥺😢

4 months ago | [YT] | 6

ZG music • 4.3K views • 1 days ago ...

Zubeen dar _মহৎলোকৰ বাণী___🥺❤✨

4 months ago | [YT] | 15