নমস্কাৰ বন্ধুসকল, মোৰ নাম পুলাব। আমাৰ এই Technical Pulab" চেনেল টোলৈ আপোনাক স্বাগতম জনাইছো। মোৰ সেই সকলো বন্ধু বান্ধৱী সকলৰ বাবে এই চেনেলটো বনাইছো যিসকলে নিজৰ ভাষাত Technology ৰ বিষয়ে জানিব বিচাৰে। "Technical Pulab" চেনেলত প্ৰতিদিনে আপোনালোকে এটা নতুন ভিডিঅ' পাব য'ত মই আপোনালোকক মোবাইল আৰু কম্পিউটাৰৰ জগতখনৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা ক'বলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱী সকল, এই চেনেলটোত আপোনালোকে Youtube সম্পৰ্কীয় Tips and Tricks, Unboxing, Review, Tech News, সকলো পাব, গতিকে আমাৰ Technical Pulab Channel টো নিশ্চয় subscribe কৰিব !! 🙂🙂

Follow Me On:
👉 INSTRAGRAM- pulab23
👉 TWITTER:- TechnicalPulab
👉 FACEBOOK:- Technical Pulab

Sponshership & Business Enquiries
E-mail:- technicalpulbbussiess@gmail.com

Personal E-mail:- heypulab@gmail.com

Tech supports are not provided over this email.

From :- Tinsukia, Assam ( India)

🇮🇳 বন্দে মাতৰম, জয় আই অসম 🇮🇳


Technical Pulab

সফলতাৰ নতুন শিখৰত উপনীত হোৱাৰ সংকল্পৰে আপোনালোকৰ সকলোৰে নতুন বছৰটো আৰম্ভ হওক। ২০২৬ চনৰ বাবে শুভকামনা জনাইছো।

1 month ago | [YT] | 1

Technical Pulab

3 months ago | [YT] | 2

Technical Pulab

4 months ago | [YT] | 6

Technical Pulab

😭😭😭😭😭😭

4 months ago | [YT] | 4

Technical Pulab

😭😭😭😭

4 months ago | [YT] | 4

Technical Pulab

Google Adsense Pin _ 🙏 Thank You Sooo Much 🙏 _ My All Subscribes & Viewers

4 months ago | [YT] | 3