Welcome to
Details Axomi – Your Destination for Assamese Learning

We are proud to be an Assamese educational YouTube channel dedicated to making learning interactive, enjoyable, and accessible for everyone.

Founded by Ankurdep Gogoi and managed by Himanta Borah, Details Axomi brings you a rich variety of content – from academic subjects like Assamese, Social Science, and more.

Join our vibrant learning community as we explore practical knowledge through engaging, easy-to-understand videos tailored for learners of all ages.

Let’s learn, grow, and succeed together!

For business inquiries:
📧 detailsaxomi@gmail.com
WhatsApp:- 9395374524 ( online time 9:00 P.m to 10 p.m)


Details Axomi

সহায় কৰক যিয়ে যি পাৰে 🙏

3 weeks ago | [YT] | 1

Details Axomi

🙏 সকলোৰ ওচৰত বিনম্ৰ অনুৰোধ 🙏

মোৰ দেউতা বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আৰু বিগত ৭ দিন ধৰি Aditya Hospital Dibrugarh-ত ভৰ্তি হৈ আছে।

এই কঠিন সময়ত আপোনালোক সকলোৰে ওচৰত মোৰ আন্তৰিক অনুৰোধ যে দয়া কৰি তেওঁৰ সুস্বাস্থ্য আৰু শীঘ্ৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিব। ঈশ্বৰৰ আশীৰ্বাদ, চিকিৎসকসকলৰ চেষ্টা আৰু আপোনালোকৰ আন্তৰিক প্ৰাৰ্থনাই তেওঁক সোনকালে সুস্থ কৰি তুলিব বুলি আমি আশাবাদী।

🙏 সকলোৰে আশীৰ্বাদ আৰু প্ৰাৰ্থনা কামনা কৰিলোঁ।
দেউতা সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহক।

ধন্যবাদ। ❤️🙏

4 weeks ago | [YT] | 28

Details Axomi

বিশ্ব পৰিৱেশ দিৱস ৫ জুন

1 month ago | [YT] | 5

Details Axomi

Education mejor

2 months ago | [YT] | 2

Details Axomi

Grace পালা নে ? Hs result 2026

2 months ago | [YT] | 19

Details Axomi

সি গুচি গল .....…...

2 months ago | [YT] | 4

Details Axomi

আজি এক অতি দুখদায়ক খবৰ লাভ কৰিলোঁ। আমাৰ Details Axomi-ৰ পৰিয়ালৰ এগৰাকী প্ৰিয় সদস্য তথা মোৰ আপোন বন্ধু জীৱন বৰা আজি আমাৰ মাজৰ পৰা চিৰবিদায় ল’লে। তেওঁৰ দৰে এজন সৰল আৰু অমায়িক ব্যক্তিক হেৰুৱাটো আমাৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেওঁৰ পৰিয়ালটোক এই কঠিন সময়ত ধৈৰ্য্য ধৰিবলৈ ভগৱানে শক্তি দিয়ক।

2 months ago | [YT] | 69

Details Axomi

Result কেনেকুৱা হল

3 months ago | [YT] | 14

Details Axomi

All the best

3 months ago (edited) | [YT] | 43

Details Axomi

Result

3 months ago | [YT] | 3