MOUSUM PRINCE's world

🙏subscribe & saport 🙏
নমস্কাৰ মই মৌচুমী (নিলাক্ষী)❤
মই আপোনালোকলৈ লৈ আহিম কিছু ইতিহাস..কিছু গল্প কিছু কবিতা..আৰু বহুতো নেদেখা ঠাইৰ বিষেশত্ব....মোৰ এটি কনমানি আছে তাক নো ভাল মানুহ বনাবলে মই কি কি কৰিম...ইত্যাদি বিভিন্ন কথা পাতিম...ভাললগা সময়বোৰ চেয়াৰ কৰিম...সকলো সুখ দুখ..
মই থকা ৬ মাহ ষ্টেট হোমত কি কি কৰিছিলো...মানুহে এটি স্বপ্ন কিদৰে পুৰন কৰিব পাৰে..আদি বহুতো কথা আপোনালোকৰ লগত আলোচনা কৰিব পাৰিম..