welcome to my youtube channelsubscribe for more& like and comment please
Jerina mini vlogs
মায়া বিণী ৰাতিৰ বুকুত ৰৈ আছো সমাধিত। জুবিন দা 😭😭😭
1 month ago (edited) | [YT] | 10
View 3 replies
At sonapor Ritu da youtuber.
1 month ago (edited) | [YT] | 8
View 7 replies
23/10/2025#at sonapor #justice for zubeen garg 🙏🙏🙏🙏
1 month ago | [YT] | 11
View 12 replies
Hi...... friends ki khobor ?.............
1 month ago | [YT] | 3
View 1 reply
Zubeen da mis you.tomi jen vogoban.tomi akow ghori aha ai prithibi loi🙏🙏
2 months ago | [YT] | 1
View 0 replies
I love Zubeen da ❤️mis you 😭😭😭😭
2 months ago | [YT] | 7
View 5 replies
বহুত দিনৰ মূৰত আজি এটা পোষ্ট আগবঢ়ালোঁ। আশা কৰো সকলো ভালে আছা। বৰ্তমান মইও বহুত সুখী আছোঁ। আজি 13August বহুত বৰষুণ দি আছে শুই শুই আমনি লাগিছে খেই কাৰনে কিছূমান কথা মনলৈ আহিল আৰু প্ৰকাশ কৰিলো কেতিয়াবা নিজলৈ বৰকৈ মণত পৰে কি আছিলোঁ আৰু সময়ে কি সজালে মোক। সপোনৰ ৰঙেৰে সজোৱা আছিল জীবন মোৰ ভবা নাছিলো মোৰ জীৱনত এনেকুৱা দিন আহিব বুলি কাৰোবাৰ কাৰনে মোৰ ইচ্ছা সপোন সকলো তীয়াগ কৰিব লাগিব বুলি। মই ভূল কৰিছিলোঁ কিন্তু তাৰ বিনিময়ত ইমান কষ্ট পাম বুলি ভবা নাছিলো । সচা হাঁহিৰ ঠাইত মিচা হাঁহি মাৰিব শিকিলোঁ । কাক কম মোৰ মনৰ কথা।গমেই নাপালো কেতিয়া কি হল কীও সলাব লগীয়া হল জীবনৰ ৰং নিজৰ মাজতে নিজকে হেৰোৱালো । এক বুজাব নোৱাৰা সম্পৰ্কৰ বাবে নিশ্বাস আৰু বিশ্বাস দুটা একে বস্তু নিশ্বাস গুচি গলে জীবন শেষ আৰু বিশ্বাস গুচি গলে সম্পৰ্ক শেষ। সম্পৰ্ক ভাঙিল বুলি কাৰোবাৰ জীৱনৰ লগত সেলিব নালাগে। জীৱনটো বহুত বেলেগ বস্তু এবাৰ ভাঙি গলে তাক জৰাবো নোৱাৰি ভাল পুৱা বন্ধুত্ব ভাই ভনী যিয়েই নহক কিয় এইবোৰ সম্পৰ্কক সন্মান কৰিবলৈ শিকিব। কৰণ আমি মানু্হ হয় দানৱ নহয় আমাৰ মা বাবাই বহুত শিকাব নোৱাৰিলেও সেই চিনি সিকাইছে কাক কি সন্মান কৰিব লাগে। কিদৰে এটা সম্পৰ্ক জীয়াই ৰাখিব লাগে। সন্মানেৰে ।কিছূমান মানুহে ইমান সুন্দৰ কৈ মিছা কথা কৈ মোৰ সুধিবলৈ মন যায় এয়া জন্মগত প্ৰতিভা নে অন্য কিবা।🤔 ভাবিলে আ চ ৰি ত লাগে ।পৃথিৱীত বহুত প্ৰাণী 😆 আছে যি নিজৰ সুখৰ বাবে বহুতৰে জীবন ধ্বংস কৰিব পাৰে । সময় সলনি হলেও এইবোৰ প্ৰাণী কেতিয়াও সলনি নহয়। মানুহৰ নামত এইবোৰ দানৱ হয় ।জীবন যুদ্ধত হাৰ মনা নাই কিন্তু পৰিস্থিতি যে বায়ধ্যে কৰিলে মোক। মই কোনো দিনে পাহৰিব নোৱাৰা এটা অাধৰোৱা জীবন মোৰ। আধৰুৱা সপোন মোৰ ytt কিছু স্মৃতি কোনো দিনে মচিব নোৱাৰো মই....==সদাই মোৰ কষ্ট সিমটি হয় জীয়াই থাকিব।
3 months ago (edited) | [YT] | 19
View 37 replies
আজিৰ দিনত উচিত কথা কোৱাটো অপৰাধ কাৰণ উচিত কথা সকলোৰে হজম নহয়।
4 months ago (edited) | [YT] | 12
View 20 replies
Rudra #ৰুদ্ৰ আপোনালোকে চালেনে চিনেমা খন।I love you ক অসমীয়াত কি কয় চেৰা পাগল কৈ বোলে । চিনেমা খনত,😁😂 ৰুদ্ৰ সুৰভি ছোনিয়া 😂 ৰুদ্ৰ সূৰভি এক সঁচা প্ৰেম ❤️ ছোনিয়া❤️আনফালে মিছন 🙏
4 months ago (edited) | [YT] | 11
View 10 replies
সম্পৰ্ক এটা ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই। কাৰণ টো এটা ভূল ধাৰণা মানুহৰ আছৰণেই যথেষ্ঠ।good evening 🤗
5 months ago | [YT] | 19
View 17 replies
Load more