নমস্কাৰ ৰাইজ Welcome to my YouTube channel Mr. Damo Vlogs মোৰ এই চেনেলটো লৈ সকলো অসমবাসীৰ ৰাইজলৈ স্বাগতম জনালো । চেনেলটো খোলা উদ্দেশ্য হৈছে, মই চচিয়েল মিডিয়াত বেচিভাগ আপদেত হয় থাকোঁ। আৰু এটা কথা জীয়াই থকা কেদিন যিমান পাৰোঁ নিজৰ স্মৃতিৰ সমূহ সাঁচি ৰাখিব পৰাকৈ এই চেনেলটো খোলা হৈছে। সকলোৱে যেন আৰ্শীবাদ কৰে অলপমান আগবাঢ়ি যাবলৈ। বি.এ পাছ কৰি বৰ্তমান পাৰ্চেল ডেলিভাৰি কাম কৰি আছোঁ। মনত এটাই আশা আছে, জীয়াই থকা দিন কেইটা ঘৰৰ লগতে আমাৰ দৰে আৰ্থিক অৱস্থা স্বচ্ছল নথকা মানুহবোৰৰ মাজত যেন সোমাই জীয়াই থকা কাহিনী ৰচি দিব পাৰোঁ, এইবোৰে জীৱনৰ সফল কাম হিচাপে মনত সাঁচ বহিব।
Shared 55 years ago
18 views