Hi


Nripen Deka

ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছাৰে
আদৰৰ বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি সমাজলৈ কঢ়িয়াই আনক সমৃদ্ধি আৰু আনন্দৰ নতুন বতৰা।

8 months ago | [YT] | 9

Nripen Deka

সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো। এই বিহুৱে প্ৰতিটো পৰিয়াল আৰু সমাজলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু ভাতৃত্ববোধ।🙏🙏🙏

8 months ago | [YT] | 8

Nripen Deka

ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষত বিশ্বৰ প্ৰতিটো কোণত থকা প্ৰতিজন অসমীয়ালৈ হিয়াভৰা শুভেচ্ছা জনালো। নতুন বছৰটোৱে আপোনালোকৰ জীৱন আনন্দ, পোহৰ, আৰু সুখ-সমৃদ্ধিৰে উজ্বল কৰি তুলক। 🙏🙏🙏

8 months ago | [YT] | 8

Nripen Deka

সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু অসমীয়া নৱবৰ্ষৰ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। উৎসৱমুখৰ সুন্দৰ পৰিৱেশটো মোৰ লগতে আমাৰ পৰিয়ালৰ সকলোৰে মনত পৰি আছে।🙏🙏🙏

8 months ago | [YT] | 8