স্বাগতম Senehi-লৈ। 🌿

Senehi-ত আপুনি পাব খাঁটি অসমীয়া পৰম্পৰাগত সাজ-পোছাকৰ সুন্দৰ সংগ্ৰহ—
✨ মেখেলা-চাদৰ
✨ কুৰ্তা
✨ গামোচা
✨ অসমীয়া অলংকাৰ
✨ আৰু আন বহুতো পৰম্পৰাগত সামগ্ৰী।

আমাৰ লক্ষ্য হৈছে অসমৰ ঐতিহ্য, সংস্কৃতি আৰু সৌন্দৰ্য প্ৰতিখন ঘৰলৈ লৈ যোৱা।

🛍️ অনলাইন ক্ৰয় কৰক: www.senehi.in
📲 হোৱাটছএপ: 9435965045

নতুন সংগ্ৰহ, বিশেষ ৰেহাই, উৎসৱৰ অফাৰ আৰু অসমীয়া সাজ-পোছাকৰ ভিডিঅ' নিয়মীয়াকৈ চাবলৈ আমাৰ চেনেলটো Subscribe কৰক আৰু ঘণ্টাৰ চিহ্নটো টিপি ৰাখক।

চেনেহী – পৰম্পৰাৰ সৌন্দৰ্য, আপোনাৰ পৰিচয়।


4:13

Shared 11 months ago

82 views