ASSAM JOB AND CAREER

"HELLO N WELCOME বন্ধুসকল...মই 'Bicky' আৰু আপুনি চাই আছে Assam Job and Career!" My Dear Friend, এইটো আপোনাৰেই চেনেল হয়..এই চেনেলত আপুনি সকলো ভিডিও অসমীয়াত চাবলৈ পাব।ইয়াত মই তথ্য share কৰো Daily Assamese News, Govt Scheme News, Educational Videos, Informative Videos, Online Earning Tips,Job Type Videos, App reviews আৰু OTHER STUFF ৰ বিষয়ে । আপোনাক বহুত বহুত স্বাগতম জনাইছো আপোনাৰেই চেনেল "Assam Job and Career" লৈ আৰু মই এই চেনেলত সপ্তাহত 5 তাতকৈও অধিক ভিডিও আপোনালোকলৈ লৈ অহাৰ চেষ্টা কৰিম। যদি আপুনি এতিয়াও 'Assam Job and Career' ৰ মৰমৰ Family ত Join নাই কৰা তেন্তে এতিয়াই কৰি লোৱক। Take Care! কুশলে থাকক.. পৰৱৰ্তী ভিডিওত লগ পাম ধন্যবাদ! Subscribe কৰি যাব দে! Bicky From Assam (India)

For Businesses:
Contact me on- assamjob78@gmail.com